ৰাজ্য

#বিশিষ্ট সাহিত্যিক অৰুণ চন্দ্ৰ বৰুৱা , গিৰিজা ভট্টাচাৰ্য আৰু আৰতি শৰ্মালৈ ৰ’দ প্ৰকাশন বঁটা,২০২৫

 

অসম পত্ৰিকা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১ জুলাই –বিশ্বনাথৰ অন্যতম সাহিত্য অনুষ্ঠান ৰ’দ গোষ্ঠীৰ আৰু ৰ’দ প্ৰকাশনৰ উদ্যোগত আজি ১১ বজাৰ পৰা বিশ্বনাথ চাৰিআলিৰ কস্তূৰী পেলেচত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। ৰদ ৰ কাৰ্যকৰী সভাপতি তেজেন হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অৰুণ চন্দ্ৰ বৰুৱা , গিৰিজা ভট্টাচাৰ্য আৰু আৰতি শৰ্মালৈ ৰ’দ প্ৰকাশন বঁটা,২০২৫ প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে ৰ’দ গোষ্ঠীৰ সভাপতি বিমান ৰায় বৰুৱা, সম্পাদক জয়ন্ত বৰুৱা আৰু বিশিষ্ট ব্যক্তি সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!