গোসাইগাওঁত বিনামূলীয়াকৈ কম্বল বিতৰণ কৰা হয় ।

গোসাইগাওঁত বিনামূলীয়াকৈ কম্বল বিতৰণ কৰা হয় ।

অসম পত্ৰিকা বিশেষ: গোসাইগাওঁ :মোনেৰ আলী : ৬ জানুৱাৰী

গোসাইগাওঁত নৱগঠিত গোসাইগাওঁ পিচ আৰু প্ৰগ্ৰেছ ফাউন্টেশ্বণ এন, জি, ও,ৰ ফালৰ পৰা গৰিৱ আৰু দুখীয়া মানুহৰ মাজত বিনামূলীয়াকৈ কম্বল বিতৰণ কৰা হয় ।

গোসাইগাওঁ পিচ আৰু প্ৰগ্ৰেছ ফাউন্টেশ্বণৰ মূখ্য কাৰ্যলয় গোসাইগাওঁৰ কামাৰপাৰা গাওঁত অবস্থিত মূখ্য কাৰ্যলয়ৰ পৰা কম্বল বিতৰণ কৰা হয় ।

গোসাইগাওঁৰ কামাৰপাৰা, পদ্মবিল, পদ্মপুখুৰী, গোসাইগাওঁ চহৰ, থুৰিবাৰী, হংসবিল, গুৱাবাৰী, টকেয়ামাৰী, বাবুবিল, বাসবাৰী, মুঠ ( ১০০ ) এশখন কম্বল বিতৰণ কৰা হয় ।

গোসাইগাওঁ পিচ আৰু প্ৰগ্ৰেছ ফাউন্টেশ্বণৰ সভাপতি মোনেৰ আলীয়ে কম্বল বিতৰণ কৰি কয় যে আমি যিমান দিন যিয়াই আছো গৰিব দুখীয়া মানুহক যিমান পাৰো সহায় সহযোগীতা কৰি যাম ।

কম্বল বিতৰণ অনুস্ঠানত উপস্থিত থাকে গোসাইগাওঁ পিচ আৰু প্ৰগ্ৰেছ ফাউন্টেশ্বণৰ সভাপতি মোনেৰ আলী, সম্পাদক মো আব্দাৰ হুছেইন, আৰু সদস্য সকল লগতে কামাৰপাৰা গাওঁৰ গাওঁবুৰা ওমেদ আলী আৰু পদ্মপুখুৰী গাওঁৰ গাওঁবুৰা সুৰমান আলী মুল্লা ।

কোনোবাই যদি আমাৰ এন, জি, ও,ৰ লগত থাকি দুখীয়া মানুহক সহায় কৰিব বিচাৰে কৰিব পাৰে । যোগাযোগ নং ৮৮২২৮৭৭৭৫৩

  • Related Posts

    অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কঞাঁ ৰাজহচক্ৰৰ উদ্যোগত বানবিধস্ত ৰাইজক উদ্ধাৰৰ প্ৰদৰ্শন মূলক অভিযান৷

    অসম পত্ৰিকা বিশেষ: ১৯ জানুৱাৰী : অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ দ্বাৰা আৰু কামৰূপ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সৌজন্যত আজি বাহাৰঘাটৰ বৰলীয়া নৈৰ পাৰত বানবিধস্ত ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব লাগে…

    Continue reading
    বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

    বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি   অসম পত্ৰিকা বিশেষ:  পূৱ নলবাৰী, ১২ জানুৱাৰী বৃহত্তৰ পূৱ নলবাৰী অঞ্চলৰ বাৰঘৰীয়া বাৰগোপাল থানৰ ১২৬ সংখ্যক ভোগালী মহোৎসৱখনি অহা ১৪, ১৫…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।
    error: Content is protected !!