অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কঞাঁ ৰাজহচক্ৰৰ উদ্যোগত বানবিধস্ত ৰাইজক উদ্ধাৰৰ প্ৰদৰ্শন মূলক অভিযান৷

অসম পত্ৰিকা বিশেষ: ১৯ জানুৱাৰী : অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ দ্বাৰা আৰু কামৰূপ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সৌজন্যত আজি বাহাৰঘাটৰ বৰলীয়া নৈৰ পাৰত বানবিধস্ত ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰে প্ৰদৰ্শন কৰি ৰাইজক আকৰ্ষণ কৰে৷উল্লেখ্য যোৱা ১৬ আৰু ১৭ জানুৱাৰীত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় প্ৰাংগনত দুদিনীয়া প্ৰশিক্ষণৰ অন্তত আজি শেষৰ দিনা বাহাৰঘাটৰ বৰলীয়া নৈত প্ৰদৰ্শনৰে উক্ত কাৰ্য্যসূচীৰ সামৰণি মাৰে৷অনুষ্ঠানত এন ডি আৰ এফ,এছ ডি আৰ এফ,ভাৰতীয় সেনা বাহিনী,এ পি ডি চি এল,স্বাস্থ্য বিভাগ,জনস্বাস্থ্য কাৰিকৰী বিভাগ,পশু চিকিৎসা বিভাগ,গাওঁ প্ৰধান,অন্বেষণ এন জি অৰ স্বেচ্ছাসেৱক সকল আৰু একাংশ ছাত্ৰছাত্ৰীয়ে সহযোগ কৰি বানপানীত হব লগা দুৰ্যোগ আৰু ইয়াত বিধস্ত ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব তাৰে প্ৰশিক্ষণ গ্ৰহণ কৰে৷

  • Related Posts

    বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

    বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি   অসম পত্ৰিকা বিশেষ:  পূৱ নলবাৰী, ১২ জানুৱাৰী বৃহত্তৰ পূৱ নলবাৰী অঞ্চলৰ বাৰঘৰীয়া বাৰগোপাল থানৰ ১২৬ সংখ্যক ভোগালী মহোৎসৱখনি অহা ১৪, ১৫…

    Continue reading
    বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান

    বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সহযোগত অন্যান্য পিছপৰা শ্ৰেণী/অতি অন্যান্য পিছপৰা শ্ৰেণী জাতি(OBC/MOBC)ৰ তালিকাৰ পৰা বাদ পৰি থকা অসমৰ চাহ…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।
    error: Content is protected !!