

কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিৰ স্থান বিতৰ্ক।
মছজিদ চ’কৰ পৰিবৰ্তে নলবাৰীৰ শিক্ষানুষ্ঠানত মূৰ্তি স্থাপনৰ পৰামৰ্শ সাংবাদিক কেশৱ কলিতাৰ।
কুমাৰ ভাকুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিৰ স্থান বিতৰ্ক।স্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিৰ স্থানক লৈ নলবাৰীত যি এক অশোভনীয় পৰিবেশৰ সৃষ্টি হৈছিল সেই বিতৰ্ক সাংবাদিক কেশৱ কলিতাই আগবঢ়োৱা পৰামৰ্শ অনুসৰি অন্ত পৰাৰ পথত। উল্লেখ্য যে, বড় মছজিদ চ’কত কুমাৰ ভাস্কৰ বৰ্মাৰ মূৰ্তি স্থাপনক লৈ মছজিদ সমিতি আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থনত থকা এটা দলৰ মাজত এক মতানৈক্যৰ সৃষ্টি হৈছিল। এনে এক পৰিবেশৰ মাজতে সামাজিক মাধ্যম যোগে সাংবাদিক কেশৱ কলিতাই কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিটো কোনো মহাবিদ্যালয়ত স্থাপন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। সম্প্ৰতি সকলো পক্ষই সাংবাদিক গৰাকুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিৰ স্থান বিতৰ্ক।কীৰ পৰামৰ্শ একপ্ৰকাৰ মানি লৈ মূৰ্তি স্থাপনৰ ঠাই মছজিদ চ’কৰ পৰিবৰ্তে চহৰখনতে থকা কোনো শিক্ষানুষ্ঠানত স্থাপনৰ চিন্তা-চৰ্চা কৰাৰ কথা প্ৰকাশ পাইছে।