প্ৰেম প্ৰেম প্ৰেম

প্ৰেম প্ৰেম প্ৰেম

আধুনিকতাবাদত

প্ৰেম আজি বিধ্বস্ত,

স্বাৰ্থ জড়িত সম্বন্ধত

প্ৰেম আজি মৃত শব্দ ,

পৰিৱৰ্তনগামী সমাজ ৷

পৰিৱৰ্তনৰ নতুন সংযোজনত

প্ৰেম আজি ৰুগ্ন ৷

অতীতৰ প্ৰেমৰ হৃদয়, মন চুই যোৱা সংলাপবোৰক

আজিৰ প্ৰেমে যেন

উপহাস কৰি আহিছে ৷

সেই চকুযুৰিত হাঁহিৰ

গুৰুত্ব নাই ,

যত প্ৰেমৰ অশ্ৰু ভৰা নাই ৷

কবিতা ৰচনাঃ ড°কিশোৰ হাজৰিকা

বিহালী

  • Related Posts

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মৰিগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত ছাটনগুৰি গাঁৱৰ নিৱাসী ৰবিন দাস (পিতৃ: শ্ৰী চণ্ডিকান্ত দাস) যোৱা ইংৰাজী ১৮ জানুৱাৰী, ২০২৬ তাৰিখৰ পৰা সন্ধানহীন হৈ আছে।প্ৰাপ্ত তথ্যমতে, উক্ত দিনা তেওঁ বৰিবন্ধা অঞ্চলত…

    Continue reading

    চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ধপাঁত বিৰোধী সজাগতামূলক কাৰ্যসূচী     আজি চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ মাজত ধপাঁত বিৰোধী সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। চেঙামাৰী উচ্চ মাধ্যমিক…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কঞাঁ ৰাজহচক্ৰৰ উদ্যোগত বানবিধস্ত ৰাইজক উদ্ধাৰৰ প্ৰদৰ্শন মূলক অভিযান৷

    অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কঞাঁ ৰাজহচক্ৰৰ উদ্যোগত বানবিধস্ত ৰাইজক উদ্ধাৰৰ প্ৰদৰ্শন মূলক অভিযান৷

    বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

    বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান

    বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান

    বৰক্ষেত্ৰীৰ অলিয়ে গলিয়ে পৰাগজ্যোতি চৌধুৰী । প্ৰত্যাহ্বান নহয় দলে প্ৰাৰ্থীত্ব দিলে নিৰ্বাচন খেলিবলৈ সাজু যুৱনেতা গৰাকী ।

    বৰক্ষেত্ৰীৰ অলিয়ে গলিয়ে পৰাগজ্যোতি চৌধুৰী । প্ৰত্যাহ্বান নহয় দলে প্ৰাৰ্থীত্ব দিলে নিৰ্বাচন খেলিবলৈ সাজু যুৱনেতা গৰাকী ।
    error: Content is protected !!