ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই শুভ মুহূৰ্তত তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ

সম্বৰ্ধনা জ্ঞাপন কৰে যুৱ কংগ্ৰেছ নেতা তথা সমাজকৰ্মী বিজু দুৱৰাই।